
আপোনাৰ যাত্ৰা ইয়াৰ পৰাই আৰম্ভ হৈছে।
কু হৈছে ভাৰতীয় ভাষাৰ এক মাইক্ৰ’ব্লগ। আমি ইয়াত ভাৰতীয়সকলক সম্ভৱতঃ আটাইতকৈ সহজ উপায়েৰে নিজকে প্ৰকাশ কৰাত সহায়ৰ লগতে তেওঁলোকৰ কণ্ঠস্বৰ গণতান্ত্ৰিক কৰাৰ উদ্দেশ্যৰে আহিছো । আপোনাৰ মনোভাৱ লিখনি, অডিঅ’ বা ভিডিঅ’ৰ যোগেদি বিতৰণ কৰক।
ভাৰতৰ কিছুমান বিশিষ্ট ব্যক্তিয়ে কু ব্যৱহাৰ কৰে। আপুনি জীৱনৰ সকলো ক্ষেত্ৰৰ পৰা অন্য লাখ লাখ ব্যক্তিয়ো বিচাৰি পাব। কু হৈছে ভাৰতীয় কণ্ঠস্বৰৰ আলয়। আপুনি ভাল পোৱা ব্যক্তিসমুহক অনুসৰণ কৰক,তেওঁলোকৰ মনত কি আছে জানক আৰু আপোনাৰ মতামত ভাৰতৰ সৈতেও বিতৰণ কৰক।
আহক একেলগে কু কৰো!